কৰুণ দুৰ্ঘটনা; মূৰ্তি বিসৰ্জন দিবলৈ গৈ ট্ৰাকৰ খুন্দাত নিহত হ’ল দুগৰাকী যুৱতী

বুধবাৰে নিশা শিলচৰৰ মেহেৰপুৰত সংঘটিত এটি পথ দুৰ্ঘটনাত দুগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ লগতে আন কেইবা গৰাকীও লোক আহত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা যুৱতী দুগৰাকী শিলচৰৰ দুৰ্গাপল্লীৰ নিবাসী পম্পা দে আৰু সোণালী দাস বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, নিশা এদল সমদলকাৰীয়ে কালী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ […]

The post কৰুণ দুৰ্ঘটনা; মূৰ্তি বিসৰ্জন দিবলৈ গৈ ট্ৰাকৰ খুন্দাত নিহত হ’ল দুগৰাকী যুৱতী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2No0a2W
via IFTTT

Comments