নগাঁৱত এটিএম চোৰৰ লুট, থানাত সমীপৰ এটিএম ভাঙি লণ্ডভণ্ড

  • নগাঁৱত এটিএম চোৰৰ লুট।
  • সদৰ থানাৰ নিচেই ওচৰতে এটিএমত লুট দুৰ্বৃত্তৰ।
  • চোৰে লুট চলোৱা এটিএমটো ভাৰতীয় ষ্টেট বেংকৰ।
  • ভাঙি লণ্ডভণ্ড কৰিলে এটিএমটো।
  • পুৱাই এটিএমত উপস্থিত হয় আৰক্ষী।
  • আৰক্ষীয়ে বন্ধ কৰি দিয়ে এটিএম।
  • ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

The post নগাঁৱত এটিএম চোৰৰ লুট, থানাত সমীপৰ এটিএম ভাঙি লণ্ডভণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Pr5EMY
via IFTTT

Comments