তামিলনাডুত চিকিৎসকৰ প্ৰতিবাদে ভৰি দিলে পঞ্চম দিনত

  • দৰমহা বৃদ্ধিৰ দাবী।
  • তামিলনাডুত চিকিৎসকৰ প্ৰতিবাদ।
  • চৰকাৰী চিকিৎসকৰ সংস্থাই সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • ইফালে চিকিৎসকৰ নিযুক্তি বৃদ্ধিৰো দাবী।
  • ৫ দিন ধৰি চিকিৎসকসকলে সাব্যস্ত কৰি আছে প্ৰতিবাদ।
  • শীঘ্ৰেই তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নললে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ।

The post তামিলনাডুত চিকিৎসকৰ প্ৰতিবাদে ভৰি দিলে পঞ্চম দিনত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qQyGLH
via IFTTT

Comments