মুছলমান ডেলিভাৰী বয়ৰ পৰা খোৱা বস্তু ল’বলৈ অস্বীকাৰ গ্ৰাহকৰ; গোচৰ ৰুজু
জমেট’ কাণ্ডৰ পাছত এইবাৰ বাতৰিৰ মাজলৈ আহিছে আন এটা ফুড ডেলিভাৰী কোম্পানী ছুইগী (swiggy)। ছুইগীৰ মুছলমান ডেলিভাৰী বয়ৰ পৰা অৰ্ডাৰ কৰা খাদ্য সামগ্ৰী ল’বলৈ অস্বীকাৰ কৰা এগৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। হায়দৰাবাদৰ আৰক্ষীয়ে মুছলমান ডেলিভাৰী বয়ৰ পৰা খোৱাবস্তু ল’বলৈ অস্বীকাৰ কৰা লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। বাতৰি অনুসৰি, হায়দৰাবাদৰ আলীবাদ অঞ্চলত অজয় কুমাৰ […]
The post মুছলমান ডেলিভাৰী বয়ৰ পৰা খোৱা বস্তু ল’বলৈ অস্বীকাৰ গ্ৰাহকৰ; গোচৰ ৰুজু appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Wd8yq7
via IFTTT
Comments
Post a Comment