সাগৰিকাৰ সৈতে দীপাৱলী উদযাপন কৰা জাহিৰ খান সমালোচিত ছচিয়েল মিডিয়াত
গোটেই দেশতে দেওবাৰে উলহ মালহেৰে দীপাৱলী উদযাপন কৰা কৰা হয়। এই উপলক্ষে গণপতি আৰু ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। ভাৰতীয় খেলুৱৈসকলেও সমৃদ্ধি কামনাৰে তেওঁলোকৰ অনুৰাগীসকলক দীপাৱলীৰ শুভেচ্ছা জনায়। বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে বৰ্তমানৰ তাৰকা ক্ৰিকেটাৰসকলে দীপাৱলী উপলক্ষে নিজৰ ফটো শ্বেয়াৰ কৰি দেশবাসীক শুভেচ্ছা দিয়ে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেগী বলাৰ জাহিৰ খানেও […]
The post সাগৰিকাৰ সৈতে দীপাৱলী উদযাপন কৰা জাহিৰ খান সমালোচিত ছচিয়েল মিডিয়াত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/366Lhum
via IFTTT
Comments
Post a Comment