বিশিষ্ট বাওঁপন্থী নেতা গুৰুদাস দাসগুপ্তা আৰু নাই

- প্ৰবীণ চিপিআই নেতা গুৰুদাস দাসগুপ্তা আৰু নাই।
- ৮৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে বাওঁপন্থী বিশিষ্ট নেতাগৰাকীয়ে।
- কলকাতাত পুৱা ৬ বজাত মৃত্যু হয় বিশিষ্ট নেতাগৰাকীৰ।
- চিপিআইৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আছিল।
- যকৃত আৰু বৃক্কজনীত ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল তেওঁ।
The post বিশিষ্ট বাওঁপন্থী নেতা গুৰুদাস দাসগুপ্তা আৰু নাই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NsQXGt
via IFTTT
Comments
Post a Comment