কাছাৰত বিস্ফোৰক জব্দ, ধৃত ২

- কাছাৰৰ ধলাইত বিস্ফোৰক জব্দ ৷
- দুই ডিএছপিৰ নেতৃত্বত কচুদৰম আৰক্ষীয়ে চলাইছিল অভিযান ৷
- ঐশ্বৰ্য জ্যোতি বৰুৱা আৰু জিনি ৰানী মহন্তৰ নেতৃত্বত মোহনখালত চলিছিল এই অভিযান ৷
- আবুল হুচেইন লস্কৰৰ ঘৰত চলিছিল অভিযান
- অভিযানত দহ ডাল ডিটনেটৰ জব্দ ৷
- জব্দ দহ ডাল জিলেটিন ষ্টিক ৷
- এডাল ফিউজ তাঁৰো জব্দ ৷
- বিষ্ফোৰকৰ সৈতে মিগদ্ধা হুছেইন লস্কৰ আৰু আলী হুছেইন লস্কৰক আটক ৷
- ধৃতদ্বয়ক কচুদৰম থানাত জেৰা অব্যাহত
The post কাছাৰত বিস্ফোৰক জব্দ, ধৃত ২ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32NXAtn
via IFTTT
Comments
Post a Comment