দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে মঙলদৈৰ ডিছনাই…

ডিজিটেল সংবাদ, মঙলদৈঃ নগাঁও জিলাত অনুষ্ঠিত হোৱা Assam yoga associationৰ অন্তৰ্গত ২৮ অক্টোবৰত অন্ত পৰা ২২ সংখ্যক ৰাজ্যিক যোগ চেম্পিয়নশ্বিপত যোগদান কৰা মঙলদৈৰ শান্তিপুৰ নিবাসী ডিচনাই অসমৰ ভিতৰত আঠ বছৰৰ তলৰ শাখাত দ্বিতীয় স্থান দখল কৰি সুনাম কঢ়িয়াই আনে ৷

দেউতাক জয়ন্ত কুমাৰ চন্দ্ৰ আৰু মাক ৰুনুমীৰ দ্বিতীয় কন্যা বৰ্তমান গুৰুকুল গ্ৰুপ অফ এডুকেচনেল উইংৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ৷

৬ বছৰীয়া ছাত্ৰী ডিচনাই যোগ সাধনা কৰি সকলোকে স্তম্ভিত আৰু আপ্লুত কৰাৰ লগতে জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনে ৷

The post দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে মঙলদৈৰ ডিছনাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PvpqXz
via IFTTT

Comments