শিহৰণকাৰী দুৰ্ঘটনা; ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ

আজি পুৱাই বোকাখাতৰ মেথনিত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত এই পথ দুৰ্ঘটনাত এখন মালবাহী ট্ৰাকে মহতিয়াই নিয়ে এজন পথচাৰীক। এ এছ ০৫ / চি ১৭৬৮ নম্বৰৰ মালবাহী ট্ৰাকখনৰ খুন্দাত ঘটনাস্থলতে নিহত হোৱা লোকজন লক্ষীৰাম ঘাটোৱাল বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটিৰ পৰা যোৰহাট দিশে আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনাটো […]

The post শিহৰণকাৰী দুৰ্ঘটনা; ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2WvbHSb
via IFTTT

Comments