ৰিয়ান পৰাগৰ খেল চাবলৈ সাজু হওক, আই পি এলত আজি ৰাজস্থান বনাম বেংগালুৰু…

  • আই পি এলত আজি ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ।
  • নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন।
  • বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন।
  • অসমৰ ৰিয়ান পৰাগৰ খেল চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী।

The post ৰিয়ান পৰাগৰ খেল চাবলৈ সাজু হওক, আই পি এলত আজি ৰাজস্থান বনাম বেংগালুৰু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UR8KsV
via IFTTT

Comments