জালুকবাৰীত ট্ৰাকচালকে ৰ’ডেৰে প্ৰহাৰ কৰিলে যান-বাহন আৰক্ষীক

- এইবাৰ মহানগৰীৰ জালুকবাৰীত ট্ৰাকচালকৰ আক্ৰমণ যান-বাহন আৰক্ষীক।
- সোমবাৰে জালুকবাৰীৰ হজ ভৱনৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
- ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
- ৰ’ডেৰে প্ৰহাৰ এজন হাবিলদাৰক।
- দ্বিজেন চন্দ্ৰ দাস নামৰ হাবিলদাৰজনক প্ৰহাৰ কৰিলে ট্ৰাক চালকে।
- অভিযুক্ত ট্ৰাক চালকজনৰ নাম লক্ষ্মণ হিয়াল।
- ওড়িশাত ঘৰ লোকজনৰ।
- ঘটনাৰ পিছতে চালকজনক আটক কৰিছে জালুকবাৰী আৰক্ষীয়ে।
The post জালুকবাৰীত ট্ৰাকচালকে ৰ’ডেৰে প্ৰহাৰ কৰিলে যান-বাহন আৰক্ষীক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2PA1Qam
via IFTTT
Comments
Post a Comment