তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত বিজেপিৰ নেতা আৰু ভাতৃ

- পশ্চিম বংগত অনুষ্ঠিত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে সোমবাৰে অপ্ৰীতিকৰ ঘটনা।
- ৰাজ্যখনৰ শিলিগুৰিত সংঘটিত হয় এই ঘটনা।
- বিজেপিৰ বুুথ সভাপতি আৰু তেওঁৰ ভাতৃক আক্ৰমণ তৃণমূল কংগ্ৰেছ কৰ্মীৰ।
- শিলিগুৰিৰ মাটিগড়াত সোমবাৰে আবেলি সংঘটিত হয় এই ঘটনা।
- তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত বিজেপিৰ বুথ সভাপতি উত্তম মণ্ডল আৰু ভাতৃ গৌতম মণ্ডল।
- বিজেপিৰ বুথ কাৰ্যালয়ত প্ৰৱেশ কৰি লণ্ডভণ্ডও কৰে তৃণমূল কৰ্মীয়ে।
- ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিজেপি নেতাজনে।
The post তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত বিজেপিৰ নেতা আৰু ভাতৃ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ZH9Uus
via IFTTT
Comments
Post a Comment