এপিডিচিএলৰ পৰীক্ষাত অনিয়ম! শক্তি বিভাগৰ বিৰুদ্ধে এজাহাৰ

- শক্তি বিভাগৰ বিৰুদ্ধে এজাহাৰ।
- দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে দুৰ্নীতি বিৰোধী যুৱ মঞ্চই।
- এপিডিচিএলৰ পৰীক্ষাত বৃহৎ অনিয়মৰ অভিযোগ।
- পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী।
- ঘটনাৰ উচিত তদন্তৰো দাবী সংগঠনটোৰ।
- এপিডিচিএলত ১৯৫৭ টা পদ নিযুক্তিৰ বাবে হৈছিল পৰীক্ষা।
- ২ লাখ ৩৫ হাজাৰ আবেদনকাৰীয়ে ৬৬৯ টা পৰীক্ষা কেন্দ্ৰত দিছিল পৰীক্ষা।
- দেওবাৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।
The post এপিডিচিএলৰ পৰীক্ষাত অনিয়ম! শক্তি বিভাগৰ বিৰুদ্ধে এজাহাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UROXcC
via IFTTT
Comments
Post a Comment