নগাঁৱৰ কৃষ্ণাইখাটৰ বাইপাছত পথ দুৰ্ঘটনা…

  • নগাঁৱৰ কৃষ্ণাইখাটৰ বাইপাছত পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত আহত দুজন লোক।
  • এখন দ্ৰুতবেগী ভাৰ্নাৰ আৰু ইয়নৰ মাজত সংঘৰ্ষ।
  • সংঘৰ্ষত আহত নলবাৰীৰ অৰূপ বৰ্মন আৰু নগাঁৱৰ ৰাতুল বৰা।
  • দুয়োজন নগাঁও জিলা হাস্পতালত বৰ্তমান চিকিত্সাধীন।

The post নগাঁৱৰ কৃষ্ণাইখাটৰ বাইপাছত পথ দুৰ্ঘটনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GTR7EU
via IFTTT

Comments