মুম্বাইৰ অট্টালিকাত অগ্নিকাণ্ড…

- নবী মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড।
- আয়ৰোলীৰ ছেক্টৰ-১৯ৰ এটা অট্টালিকাত এই অগ্নিকাণ্ড।
- অগ্নিকাণ্ডৰ বৰ্তমানেও জানিব পৰা হোৱা নাই।
- অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত।
The post মুম্বাইৰ অট্টালিকাত অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UPBG48
via IFTTT
Comments
Post a Comment