প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ, নিৰ্বাচন আয়োগৰ বৈঠক

  • ভাৰতীয় নিৰ্বাচন আয়োগৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত বৈঠক।
  • মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে বৈঠক।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী সন্দৰ্ভত অনুষ্ঠিত হৈছে এই বৈঠক।
  • তিনিওগৰাকী নেতাৰ বিৰুদ্ধে আছে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ।
  • এই অভিযোগৰ পৰিপ্ৰেক্ষিততেই আলোচনা কৰা হৈছে বৈঠকত।

The post প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ, নিৰ্বাচন আয়োগৰ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LdBdcN
via IFTTT

Comments