চেন্নাই মেট্ৰ’ ৰে’ল লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ…

- চেন্নাই মেট্ৰ’ ৰে’ল লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ।
- কয়ম্বতুৰস্থিত ৰে’ল সেৱাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰ্মচাৰীসকলৰ।
- ৮ জন কৰ্মচাৰীক নিলম্বন কৰাক লৈ সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ।
- উল্লেখ্য যে, দুদিন পূৰ্বে চেন্নাই মেট্ৰ’ ৰে’ল লিমিটেডৰ ৮ জন কৰ্মচাৰীক নিলম্বন কৰা হৈছিল।
- কোনো কাৰণ নোহোৱাকৈ কৰ্মচাৰী কেইজনক নিলম্বন কৰাৰ অভিযোগ।
- কৰ্মচাৰী কেইজনক পুনৰ কামত নিয়োগ কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ।
The post চেন্নাই মেট্ৰ’ ৰে’ল লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DzhaiH
via IFTTT
Comments
Post a Comment