নগাঁৱত বৃহত্‍ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ

  • নগাঁৱত বৃহত্‍ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ।
  • চহৰখনৰ সমীপৰ বেঙেনাআটিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৫০৭ বটল কফ চিৰাফ, ৮ হাজাৰ টকা।
  • ছাইফুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰে আৰক্ষীয়ে।
  • আৰক্ষী বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান।

The post নগাঁৱত বৃহত্‍ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GSdCda
via IFTTT

Comments