অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত বৃহত্ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ

- অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত বৃহত্ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ।
- হেলিপেডত উদ্ধাৰ ৩৭ ডাল জিলেটিনৰ এটা বাণ্ডিল।
- ই ভি এম কঢ়িয়াবলগীয়া হেলিকপ্টাৰত বিস্ফোৰণৰ পৰিকল্পনাৰে বিস্ফোৰকখিনি ৰখাৰ সন্দেহ।
- অৰুণাচলত শনিবাৰে ১৭টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণৰ ই ভি এম সমূহ ধ্বংস কৰাৰ অভিসন্ধিৰ সন্দেহ।
- অঞ্চলটোত বিস্ফোৰক উদ্ধাৰৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।
- ক্ষোভিত ৰাইজে ঘেৰাও কৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়।
- শীঘ্ৰে আৰক্ষী অধীক্ষকক ঘটনাৰ সঠিক তদন্তৰ দাবী ৰাইজৰ ।
The post অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত বৃহত্ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ZJweDQ
via IFTTT
Comments
Post a Comment