তিৰুৱান্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সোণৰ বিস্কুট জব্দ

- তিৰুৱান্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সোণৰ বিস্কুট জব্দ।
- চিআইএছএফে অভিযান চলাই জব্দ কৰে সোণ খিনি।
- প্ৰায় ৯.৯ কেজি ওজনৰ সোণখিনিৰ বজাৰ মূল্য ৩ কোটিৰো অধিক হ’ব।
- এজন বিমান কৰ্মীৰ পৰা জব্দ কৰে সোণখিনি।
- চিআইএছএফে বিমান কৰ্মীজনক আটক কৰি গতাই দিয়ে আৰক্ষীক।
The post তিৰুৱান্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সোণৰ বিস্কুট জব্দ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2JcGleH
via IFTTT
Comments
Post a Comment