ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত শুনানি, ভুল স্বীকাৰ অধিবক্তা অভিষেক মনুৰ

- ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত শুনানি।
- ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালৰ উদ্ধৃতি দি কৈছিল- ‘এতিয়া উচ্চতম ন্যায়ালয়েও স্বীকাৰ কৰিছে চকীদাৰেই চোৰ।’
- ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে আদালতত গোচৰ তৰিছিল বিজেপিয়ে।
- মঙলবাৰে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিংভীয়ে স্বীকাৰ কৰে ভুল।
- আদালতত নতুন শপতনামা দাখিল কৰিব বুলি জনালে অধিবক্তা সিংভীয়ে।
- ৬ মে’ত পুনৰ গ্ৰহণ কৰা হ’ব ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি।
The post ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত শুনানি, ভুল স্বীকাৰ অধিবক্তা অভিষেক মনুৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GRA85X
via IFTTT
Comments
Post a Comment