মুম্বাইৰ জুহুত ভোটাধিকাৰ সাব্যস্ত অভিনেতা বিবেক অবেৰয়ৰ

  • মুম্বাইৰ জুহুত ভোটাধিকাৰ সাব্যস্ত অভিনেতা বিবেক অবেৰয়ৰ।
  • পিতৃ সুৰেশ অবেৰয়ৰ সৈতে সাব্যস্ত কৰে ভোটাধিকাৰ।
  • জুহুৰ গান্ধীগ্ৰাম স্কুলৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত পিতা-পুত্ৰৰ।
  • ‘এজন সঠিক নেতা নিৰ্বাচনৰ বাবে ভোট দিছো।’
  • ভোটদান কৰি এই মন্তব্য অভিনেতাজনৰ।

  • উল্লেখ্য যে, বিবেক অবেৰয় অভিনীত ‘পিএম নৰেন্দ্ৰ মোডী’ ছবিখনৰ মুক্তি স্থগিত ৰখাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ উঠিছিল।
  • ছবিখনত নৰেন্দ্ৰ মোডীৰ ভূমিকাত অভিনয় কৰিছে বিবেক অবেৰয়ে।

The post মুম্বাইৰ জুহুত ভোটাধিকাৰ সাব্যস্ত অভিনেতা বিবেক অবেৰয়ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GIwYjX
via IFTTT

Comments