নাহৰকটীয়াত পথ দুৰ্ঘটনা…

- নাহৰকটীয়াত পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত আহত ৩জন লোক।
- ৰৈ থকা টাটা জেষ্ট গাড়ীত খুন্দিয়ালে এখন আই ২০ বাহনে।
- দুৰ্ঘটনাত আই ২০ বাহন খনৰ ৩জন আৰোহী গুৰুতৰভাৱে আহত।
- সংকটজনক অৱস্থাত হাস্পতালত চিকিত্সাধীন আটাইকেইজন।
The post নাহৰকটীয়াত পথ দুৰ্ঘটনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2IODN75
via IFTTT
Comments
Post a Comment