চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, আবেলি ৩ বজালৈ মুঠ ভোটদানৰ হাৰ…

  • চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
  • ৯ ৰাজ্যৰ ৭২টা সমষ্টিত ভোটগ্ৰহণ।
  • আবেলি ৩ বজালৈকে ৯ ৰাজ্যত ভোটাদানৰ হাৰ ৪৯.৫৩ শতাংশ।
  • বিহাৰত আবেলি ৩ বজালৈ ভোটদানৰ হাৰ ৪৪.২৩ %।
  • জম্মু-কাশ্মীৰত ভোটদানৰ হাৰ ৮.৪২ %।
  • ঝাৰখণ্ডত ৫৬.৩৭ % ভোটদানৰ হাৰ আবেলি ৩ বজালৈকে।
  • মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ৫৫.২২ %।
  • মহাৰাষ্ট্ৰত আবেলি ৩ বজালৈ ভোটদানৰ হাৰ ৪১.১৫ %।
  • ওড়িশ্যাত ৫১.৫৪ % ভোটদানৰ হাৰ।
  • ৰাজস্থানত ভোটদানৰ হাৰ ৫৪.১৬%।
  • উত্তৰপ্ৰদেশত আবেলি ৩ বজালৈ ৪৪.১৬ % ভোটদানৰ হাৰ।
  • আৰু পশ্চিমবংগত ভোটদানৰ হাৰ ৬৬.০১ %।

 

 

The post চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, আবেলি ৩ বজালৈ মুঠ ভোটদানৰ হাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DGIyv7
via IFTTT

Comments