শিকলিৰে বান্ধি চিৰিয়াখানাৰ পৰা অনা ৩টাকৈ হাতীৰ দ্বাৰা ট্ৰাকত উঠাই নিয়া হ’ব বন্যহস্তীটো

  • শ্ৰী নগৰলৈ বন বিভাগে চিৰিয়াখানাৰ পৰা লৈ আহিছে ৩টাকৈ হাতী।
  • অচেতন হোৱাৰ পিছতে বন্যহস্তীটো শিকলিৰে বান্ধি হাতী কেইটাৰ দ্বাৰা ট্ৰাকত উঠাই নিব বন বিভাগে।
  • তাৰ বাবে প্ৰায় প্ৰস্তুতি সম্পন্ন কৰিছে বন বিভাগে।
  • ইফালে শ্ৰী নগৰত উপস্থিত হৈছে কেইবাজনো পশু চিকিৎসক।
  • উক্ত অঞ্চললৈ লৈ অহা হৈছে পশু চিকিৎসা মহাবিদ্যালয়ৰ এখন এম্বুলেঞ্চু।
  • জে চি বিৰ দ্বাৰা হাতীটো নিয়াৰ বাবে চেষ্টা কৰিছিল যদিও পথটি সৰু হোৱাৰ বাবে অক্ষম হৈছে বন বিভাগ।

The post শিকলিৰে বান্ধি চিৰিয়াখানাৰ পৰা অনা ৩টাকৈ হাতীৰ দ্বাৰা ট্ৰাকত উঠাই নিয়া হ’ব বন্যহস্তীটো appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UPYFvZ
via IFTTT

Comments