দিল্লীৰ শাস্ত্ৰী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড…

  • দিল্লীৰ শাস্ত্ৰী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
  • ঘটনাস্থলীত উপস্থিত ৭ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন।
  • বহু সময়ৰ প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
  • অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও কেইবালক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন।

The post দিল্লীৰ শাস্ত্ৰী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2V8TY5x
via IFTTT

Comments