মোডীৰ হাতত ইছ্যু নাই বাবেই ৰাহুল গান্ধী ভাৰতীয় নহয় বুলি প্ৰচাৰ চলাইছেঃ ৰণদ্বীপ সুৰজেৱালা

  • ৰাহুল গান্ধী ভাৰতীয় নাগৰিক নহয় বুলি বিজেপিয়ে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাৰ।
  • ‘সমগ্ৰ বিশ্বই জানে যে ৰাহুল গান্ধী ভাৰতীয় নাগৰিক।’
  • ‘জন্মগতভাৱে তেওঁ ভাৰতীয়, তাত কাৰো সন্দেহ নাই।’
  • ‘কিন্তু বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ বিকাশমূলক ইছ্যু নাই বাবেই এনে মন্তব্য কৰিব পাৰে।’
  • ‘নৰেন্দ্ৰ মোডীয়ে নিবনুৱা সমস্যাক লৈ কোনো উত্তৰ দিবলৈ অসমৰ্থ।’
  • ‘ক’লা ধন ঘূৰাই অনা আৰু দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰতো অসফল মোডী চৰকাৰ।’
  • ‘যাৰ বাবে নিৰ্বাচনৰ সময়ত নতুন ইছ্যুৰ সন্ধান কৰিছে মোডীয়ে।’
  • ‘সেইবাবেই ৰাহুল গান্ধীক ভাৰতীয় নহয় বুলি ভুল প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰীয়ে।’

The post মোডীৰ হাতত ইছ্যু নাই বাবেই ৰাহুল গান্ধী ভাৰতীয় নহয় বুলি প্ৰচাৰ চলাইছেঃ ৰণদ্বীপ সুৰজেৱালা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GRaBKc
via IFTTT

Comments