কাৰাগাৰৰ ভিতৰে বাহিৰে থকা সকলে এখন মজবুত চৰকাৰ কেতিয়াও নিবিচাৰেঃ প্ৰধানমন্ত্ৰী মোডী

- বিহাৰৰ মুজাফ্ফৰপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ সভা।
- ‘আজি যিসকল জেইলৰ ভিতৰত আছে আৰু যিসকলৰ জেইললৈ যাও যাও অৱস্থা তেওঁলোকে এখন ভাল চৰকাৰ কামনা নকৰে।’
- ‘জামিনত বাহিৰলৈ অহা সকলেও মোক ভাল নাপায়।’
- ‘কিয়নো তেওঁলোকে কেন্দ্ৰত এখন মজবুত চৰকাৰ কামনা নকৰে।’
- ‘যাৰ বাবে তেওঁলোকে আজি জেললৈ যাব লগা হ’ল, তেওঁক সেইসকলে বেয়া পায়।’
- ‘মই কেতিয়াও দুৰ্নীতিৰ সৈতে আপোচ কৰি পোৱা নাই।’
- ‘যিয়ে দুৰ্নীতি, ভ্ৰষ্টাচাৰেৰে দৰিদ্ৰ জনতাৰ অধিকাৰ কাঢ়িছে, তেওঁলোকে শাস্তি পাবই লাগিব।’
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসভাত নাম উল্লেখ নকৰাকৈয়ে আৰজেডি অধক্ষ্য লালু প্ৰসাদ যাদৱক কটাক্ষ কৰে।
The post কাৰাগাৰৰ ভিতৰে বাহিৰে থকা সকলে এখন মজবুত চৰকাৰ কেতিয়াও নিবিচাৰেঃ প্ৰধানমন্ত্ৰী মোডী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Vywer6
via IFTTT
Comments
Post a Comment