অৰ্জুন আৰু দ্ৰোণাচাৰ্য বঁটাৰ বাবে বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ খেলুৱৈৰ নাম প্ৰেৰণ…

- বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই খেলুৱৈৰ নাম প্ৰেৰণ কৰে অৰ্জুন আৰু দ্ৰোণাচাৰ্য বঁটাৰ বাবে।
- ৱৰ্ল্ড চেম্পিয়নশ্বীপত ব্ৰঞ্জৰ পদক লাভ কৰা গৌৰৱ বিধুৰীৰ নাম প্ৰেৰণ অৰ্জুন বঁটাৰ বাবে।
- লগতে এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা অমিত পাংঘালৰ নামো প্ৰেৰণ অৰ্জুন বঁটাৰ বাবে।
- ইফালে, বক্সিং ফেডাৰেশ্যনে অৱ ইণ্ডিয়াই দ্ৰোণাচাৰ্য বঁটাৰ বাবে প্ৰৰেণ কৰিছে দুগৰাকী খেলুৱৈৰ নাম।
- মহিলা বক্সাৰৰ এছিচটেন্ট কোচ্চ সন্ধ্যা গুৰুং আৰু প্ৰাক্তন মহিলা বক্সাৰৰ মুখ্য কোচ্চ শিৱ সিংৰ নাম।
The post অৰ্জুন আৰু দ্ৰোণাচাৰ্য বঁটাৰ বাবে বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ খেলুৱৈৰ নাম প্ৰেৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2PAi2bq
via IFTTT
Comments
Post a Comment