ডিগবৈত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড…

  • ডিগবৈত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড।
  • চাৰিআলিৰ বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা গেৰেজত অগ্নিকাণ্ডৰ সূত্ৰপাত।
  • এটা গাড়ীৰ গেৰেজসহ ৬ খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত অগ্নিকাণ্ডত।
  • গেৰেজত থকা কেইবাখনো বাহনৰ লগতে বহু লক্ষাধিক টকাৰ সামগ্ৰী জাহ গ’ল জুইত।
  • অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে নিৰ্বাপন কৰে জুই।

The post ডিগবৈত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2IOl0sz
via IFTTT

Comments