দিল্লীৰ শাস্ত্ৰী ভৱনত বিধ্বংসী অগ্নিকাণ্ড…

- দিল্লীৰ শাস্ত্ৰী ভৱনত বিধ্বংসী অগ্নিকাণ্ড।
- ভৱনটোৰ ওপৰৰ মহলাত সংঘটিত এই অগ্নিকাণ্ড।
- বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
- ৬খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।
The post দিল্লীৰ শাস্ত্ৰী ভৱনত বিধ্বংসী অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GK2Pk9
via IFTTT
Comments
Post a Comment