পত্নী গৌৰী খানক লগত লৈ বান্দ্ৰাত ভোটাধিকাৰ সাব্যস্ত কিং খানৰ

- মুম্বাই নৰ্থ চেন্ট্ৰেল লোকসভা সমষ্টিৰ অন্তৰ্গত বান্দ্ৰাত অভিনেতা শ্বাহৰুখ খানৰ ভোটদান।
- পত্নী গৌৰী খানসহ বান্দ্ৰাৰ এটা ভোটকেন্দ্ৰত ভোটদান কিং খানৰ।
- শ্বাহাৰুখ খানৰ উপস্থিতিত ভোটকেন্দ্ৰটোত সৃষ্টি হয় উখল মাখল পৰিৱেশৰ।
- অগণন সমৰ্থকে অভিনেতাজনক চাবলৈ ভিৰ কৰে ভোটকেন্দ্ৰৰ বাহিৰত।
- সমৰ্থকৰ ভিৰৰ মাজত বহুসময় ধৰি আবদ্ধ হৈ থাকিল শ্বাহৰুখ খান।
- ‘গণতন্ত্ৰ জীয়াই ৰখাৰ বাবে আমি সকলোৱে ভোট দিবই লাগিব।’
- ভোটদান কৰি এই মন্তব্য বলীউড চুপাৰষ্টাৰজনৰ।
The post পত্নী গৌৰী খানক লগত লৈ বান্দ্ৰাত ভোটাধিকাৰ সাব্যস্ত কিং খানৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ULNzbE
via IFTTT
Comments
Post a Comment