ৰাজ্যপাল অধ্যাপক জগদীশ মুখী কোৰোনাত আক্ৰান্ত, এপ’ল হাস্পতালত ভৰ্তি…

  • অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী কোৰোনাত আক্ৰান্ত।
  • ইতিমধ্যে তেওঁক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • বুধবাৰে তেওঁৰ দেহত ধৰা পৰিছিল কোৰোনা পজিটিভ।
  • তাৰপাছতে আজি তেওঁক ভৰ্তি কৰা হয় চিকিৎলায়ত।
  • এপ’ল হাস্পতালত ভৰ্তি কৰা হৈছে ৰাজ্যপাল গৰাকীক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31WzZM8
via IFTTT

Comments