বৃদ্ধি পাইছে সংক্ৰমণঃ দেশত যোৱা ২৪ ঘন্টাত দুই লক্ষাধিক লোক কোৰোনাত আক্ৰান্ত, ৩৮০জনৰ মৃত্যু …

- দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ।
- ৰাজ্যত পুনৰ ২৪৭৪১৭জন কোৰোনাত আক্ৰান্ত।
- বুধবাৰৰ তুলনাত এই সংখ্যা ২৭ শতাংশ অধিক।
- যোৱা ২৪ ঘন্টাত ভাৰতত সুস্থ হয় ৮৪৮২৫জন লোক।
- এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১১৭৫৩১জন ৰোগী।
- বৰ্তমান সময়ত দেশত পজিটিভিটী হাৰ ১৩.১১ শতাংশ।
- যোৱা ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ৩৮০জনৰ মৃত্যু হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nncfrY
via IFTTT
Comments
Post a Comment