কোভিড পৰিস্থিতি সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত বহিব প্রধানমন্ত্ৰী মোডী…

  • আজি গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এই বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে।
  • বিয়লি ৪.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই বৈঠক।
  • কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব আলোচনা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qkZxvE
via IFTTT

Comments