আজি উৰুকাঃ পুৱাই মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ…

- আজি মাঘ বিহুৰ উৰুকা।
- ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ আনন্দ।
- উৰুকাক লৈ ৰাজ্যৰ বজাৰত ভিৰ গ্ৰাহকৰ।
- উৰুকাৰ বজাৰত চিতল, বাহু, আঁৰি, বৰালি।
- মাছ কিনিবলৈ পুৱাই বজাৰ ভিৰ কৰে গ্ৰাহকে।
- পৰিয়াল, বন্ধু-বাৰ্গৰ সৈতে একেলগে এসাজ খোৱাৰ প্ৰস্তুতি।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GqAay2
via IFTTT
Comments
Post a Comment