মাজুলী গ্ৰেজিং বগৰীগুৰি চাপৰিত গড়ৰ মুক্ত বিচৰন, শংকিত গাওঁবাসী…

- সোমবাৰে পুৱাই মাজুলী গ্ৰেজিং বগৰীগুৰি চাপৰিত গড়ৰ প্ৰবেশ।
- বিগত এপষেক ধৰি মাজুলী দক্ষিণপাট, চুমৈমাৰি মুক্ত বিচৰণ কৰি আছিল গড়টো।
- মাহ, সৰিয়হ, শাক পাচলিৰ কৃষি পথাৰ তহিলং কৰিছে গড়টোৱে।
- বন বিভাগৰ লোকে গড়টো পুণৰ কাজিৰঙালৈ খেদি পথাবলৈ অপ্ৰান চেষ্টা চলাইছে যদিও সফল হোৱা নাই।
- গড়ৰ মুক্ত বিচৰণে শংকিত কৰিছে মাজুলীবাসীক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32J7YrJ
via IFTTT
Comments
Post a Comment