মৰিয়নিত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী…

- মৰিয়নিত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- অভিযানত ড্রাগছসহ গ্রেপ্তাৰ এটা সৰবৰাহকাৰী।
- গ্রেপ্তাৰ উৰিয়ামঘাটৰ অজিৎ ওৰাং।
- শিলিখা চাহ বাগিচাৰ ১১ নং লাইনৰ পৰা গ্রেপ্তাৰ সৰবৰাহকাৰীটোক।
- AS 04 K 0610 নম্বৰৰ এখন বাহনৰ পৰা জব্দ ২২ গ্রাম হেৰ’ইন।
- ডিমাপুৰৰ পৰা মৰিয়নি লৈ আহি থকা অৱস্থাত জব্দ ড্রাগছখিনি।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hvAMlDr
via IFTTT
Comments
Post a Comment