ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধিঃ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ…

- গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ
- ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাত ফেৰীৰ চলাচল বন্ধ
- উত্তৰ গুৱাহাটীৰ সকলো ফেৰী সেৱা বাতিল
- জলস্তৰ বৃদ্ধি পোৱাত ডুব গৈছে ফেৰী ঘাটসমূহ
- ফেৰী সেৱা বন্ধ হোৱাত যাত্রীসকলৰ মাজত হাহাকাৰ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/SM0ZyXB
via IFTTT
Comments
Post a Comment