IPL 2022: বৃহৎ জয় নতুন দল গুজৰাট টাইটানচৰ

  • আই পি এল ২০২২ ত জয়ী নৱাগত দল গুজৰাট টাইটানচ।
  • প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল দলটোৱে।
  • ৰাজস্থান ৰয়েলচে ১৩১ ৰাণ বান্ধি দিছিল টাইটানচক।
  • ৭ উইকেটত জয়ী হ’ল গুজৰাট টাইটানচ।
  • আই পি এল ২০২২ ত ফাইনেলত অৱতীৰ্ণ হৈছিল ৰাজস্থান ৰয়েলচ আৰু গুজৰাট টাইটানস।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hMQGSWq
via IFTTT

Comments