ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত ১৪৪ ধাৰা জাৰিঃ চলাব নোৱাৰিব এটা ইঞ্জিনযুক্ত ফেৰী…

  • মৰিগাঁৱৰ ব্রহ্মপুত্র আৰু উপনৈসমূহত ১৪৪ ধাৰা জাৰি।
  • এটা ইঞ্জিনযুক্ত ব্যক্তিগত ফেৰী চলোৱাত বাধা জিলা প্ৰশাসনৰ।
  • কোনো লোকে এই সময়ত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহত চলাব নোৱাৰিব এটা ইঞ্জিনযুক্ত নাও অথবা ফেৰী।
  • ব্রহ্মপুত্র আৰু উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে এই নিৰ্দেশনা।
  • ধাৰাবাহিকভাৱে আহি থকা বৰষুণে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উফনৈসমূহৰ জলস্তৰ বৃদ্ধি কৰিছে।
  • যিকোনো সময়তে সংঘটিত হ’ব পাৰে দুৰ্ঘটনা।
  • সেয়ে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে মৰিগাওঁ জিলা প্ৰশাসনে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vyIaeM5
via IFTTT

Comments