এতিয়াৰে পৰা ল’ব নোৱাৰিব বেছিকৈ ভাড়া, ৰঙা ঘৰৰ আলহী উবেৰ চালক…

ডিজিটেল ডেস্ক: ওলা, উবেৰ , পে ইণ্ডিয়া , ৰেপিদকে ধৰি সকলো কেৱ চালকৰ উদ্ভাণ্ডলিয়ে অতিষ্ঠ কৰিছে সাধাৰণ জনতাক।

কেৱ চালকক নাকি লগবলৈ সাজু পৰিবহণ বিভাগ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকক দুৰ্বব্যহাৰ কৰি ৰঙাঘৰৰ আলহী হ’ল উবেৰ চালক।

কেৱৰ সেৱাত জড়িত প্ৰতিগৰাকী চালকে বেয়া নহয় এজন বা দুজন চালকে সাধাৰণ জনতাক কৰা দুৰ্বব্যহাৰ বাবে কেৱ চাৰ্ভিছটো এ বদনামি হৈছে।

ওলা উবেৰ পে ইন্দিয়া ৰেপিদো ৰ কৰ্তীপক্ষৰ লগতে কেৱ এছোচিয়েচনক সকিয়নী পৰিবহণ বিভাগৰ। ৰাষ্ট্ৰীয় সাংবাদিক নিকিতা জৈনে অপদস্থ হৈছিল উবেৰ চালক শ্বেম গগৈৰ হাতত।

কোনো কাৰনতে সাধাৰণ জনতাক দুৰ্বব্যহাৰ কৰিবলৈ দিয়া নহ’ব। এতিয়াৰে পৰা যাত্ৰীক অধিক ভাৰা দাবী কৰিব নোৱাৰে উলা উবেৰ লগতে ৰেপিদো তথা পে ইণ্ডিয়াৰ চালকে। কৰ্তৃপক্ষৰ হেমাহিৰ বাবে বিভিন্ন সময়ত চালকে বিপদত পৰিব লগা হয়। এই মন্তব্য কৰে পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে।

উলা উবেৰ পেইন্দিয়া ৰেপিদোৰ চালকে আইন নামানিলে অনুজ্ঞাপত্ৰ বাতিল হ’ব। প্ৰথম পৰ্যায়ত পাঁচ দিন চলাব নোৱাৰিব দ্বিতীয় পৰ্যায়ত দহ দিন আৰু তৃতীয় পৰ্যায়ত একেবাৰে কেৱ চলাব নোৱাৰাকৈ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব।

আৰু পঢ়ক: দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/L6XODeI
via IFTTT

Comments