কৰিমগঞ্জৰ বানাক্ৰান্তৰ ঘৰত বাংলাদেশৰ চোৰে নাৱেৰে আহি চলাইছে সন্ত্ৰাস…

  • কৰিমগঞ্জ চহৰত চাঞ্চল্যকৰ ঘটনা।
  • নিশাৰ এন্ধাৰত বাংলাদেশী দুষ্কৃতিকাৰীৰ ভাৰতৰ সীমাত দুষ্কাৰ্যৰ চেষ্টা।
  • দুখনকৈ নাৱেৰে ১৫-২০ জনীয়া বাংলাদেশীৰ কৰিমগঞ্জ চহৰত প্রৱেশৰ চেষ্টা।
  • হাতে হাতে লাঠি লৈ বাংলাদেশীক প্রতিহত কৰাৰ চেষ্টা স্থানীয় ৰাইজৰ।
  • সীমান্তৰ কুশিয়াৰা নৈ পাৰ হৈ ভাৰতীয় লোকৰ ঘৰত চুৰিৰ চেষ্টা দলটোৰ।
  • লগতে কুশিয়াৰা নৈৰ মথাউৰি ভঙাৰ চেষ্টা চলায় দুষ্কৃতিকাৰীৰ দলে।
  • বানৰ বাবে স্থানীয় লোক ঘৰ এৰি আশ্রয় শিবিৰত অৱস্থান।
  • তাৰে সুযোগ লৈ ঘৰসমূহত চুৰি কাৰ্য সংঘটিত কৰিবলৈ অহাৰ অভিযোগ।
  • ঘটনা সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ক্লিক কৰি পঢ়কঃ মহানগৰীত পুনৰ অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/zYNRQma
via IFTTT

Comments