পুতি থোৱা অৱস্থাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য ডিমৌত

- শিৱসাগৰৰ ডিমৌৰ গোহাঁইবাৰী চাহ বাগিচাত চাঞ্চল্য।
- শুকুৰবাৰে এঘৰৰ গোহালিত পুতি থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ।
- অবৈধ মাতৃত্বৰ বোজা আঁতৰোৱাৰ সন্দেহ একাংশৰ।
- ৰিতু কৰ্মকাৰ নামৰ এজন লোকৰ ঘৰত সংঘটিত এই ঘটনা।
- ঘটনাক লৈ অঞ্চলটোত ৰাইজৰ মাজত উত্তেজনা।
- ঘটনাস্থলীত নিতাইপুখুৰী আৰক্ষী উপস্থিত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gnoEJUX
via IFTTT
Comments
Post a Comment