মেঘালয়ৰ নতুন DGP এল আৰ বিষ্ণই, অসম আৰক্ষীৰ বিশেষ DGP আছিল IPS গৰাকী

  • মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান ৰূপে নিযুক্তি ড০ লাজ্জা ৰাম বিষ্ণইক।
  • অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান আছিল এল আৰ বিষ্ণই।
  • ১৯৯১ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ আছিল এল আৰ বিষ্ণই।
  • সোমবাৰে নিযুক্তি দিয়া হয় বিষয়া গৰাকীক।
  • বিষ্ণই বি টি এ ডিৰ সন্ত্ৰাস জৰ্জৰ সময়ত সেই এলেকাত উগ্ৰপন্থী সমস্যা সমাধানৰ দায়িত্বতো আছিল।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://www.asomiyapratidin.in/lr-bishnoi-as-the-new-director-general-of-police-dgp-of-meghalaya/
via IFTTT

Comments