পথ দুৰ্ঘটনাত অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰ এণ্ড্রিউ ছাইমণ্ডছৰ মৃত্যু…

  • অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰ এণ্ড্রিউ ছাইমণ্ডছৰ মৃত্যু
  • পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ছাইমণ্ডছৰ
  • কুইন্সলেণ্ডত পথ দুৰ্ঘটনাত পতিত হৈছিল তাৰকাগৰাকীৰ
  • মৃত্যুৰ সময়ত ছাইমণ্ডছৰ বয়স আছিল ৪৬ বছৰ
  • ২০০৩ আৰু ২০০৭ৰ বিশ্বকাপ জয়ী অষ্ট্রেলিয়া দলৰ সদস্য আছিল


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/CWVT9pf
via IFTTT

Comments