গোৱালপাৰাত কৰুণ ঘটনাঃ বন্যহস্তীৰ গচকত পিতৃ-মাতৃৰ সৈতে কন্যাৰ মৃত্যু…

  • গোৱালপাৰাৰ শালবাৰীত কৰণ ঘটনা।
  • শালবাৰীৰ দ্বিতীয় খণ্ডত বন্য হস্তীৰ আক্ৰমণ।
  • বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ তিনিজন।
  • তিনিওজনৰে বন্যহস্তীৰ গচকত মৃত্যু।
  • নিহতসকল ক্ৰমে মমিন আলী, জহুৰা বিবি আৰু জৰিমন বিবি।
  • ইয়াৰে জহুৰা বিবি মমিন আলীৰ পত্নী আৰু জৰিমন বিবি কন্যা।
  • ইয়াক উপৰিও অঞ্চলটোত হাতীয়ে ভাঙিলে ১০ টাকৈ বাসগৃহ।

ক্লিক কৰি পঢ়কঃ দক্ষিণ আফ্ৰিকা, ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/V1fEWsJ
via IFTTT

Comments