পথত পৰি থকা অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ, চাঞ্চল্য…

  • ৰঙিয়াৰ বড়িগোগত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
  • পথত পৰি থকা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
  • বুধবাৰে উদ্ধাৰ হয় মৃতদেহটো।
  • মৃতদেহৰ কাষতে পৰি আছে এখন মটৰ চাইকেল।
  • মৃত লোকজন কেন্দুকোণাৰ প্রাণজিৎ দাস।
  • এয়া হত্যা নে দুৰ্ঘটনা নিশ্চিত নহয় আৰক্ষী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KRhomMg
via IFTTT

Comments