দিল্লীৰ বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭জনলৈ বৃদ্ধি…

- দিল্লীৰ এটা মেট্র’ ষ্টেচনৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড
- এটা ব্যৱসায়িক প্রতিষ্ঠানত এই অগ্নিকাণ্ড
- অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭গৰাকীলৈ বৃদ্ধি
- ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী মনীষ লাকৰা পলাতক
- এই ভয়ংকৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ
- প্রতিগৰাকী নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্য ঘোষণা
- ঘটনাত আহত সকললৈ চিকিৎসাৰ বাবে ৫০হাজাৰ টকাৰ সাহায্য
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/MzH9IyK
via IFTTT
Comments
Post a Comment