কি হৈছে! ছিপাঝাৰত পুনৰ অঘটন…

- ছিপাঝাৰৰ গণেশকুঁৱৰীত দুৰ্ঘটনা
- ট্রেক্টৰৰ খুন্দাত নিহত ৰচিদুল আলী নামৰ এটি দুবছৰীয়া শিশু
- গণেশকুঁৱৰীৰ ২নং মাজৰচুৱাত সংঘটিত এই ঘটনা
- উল্লেখ কৰা প্ৰয়োজন যে, ছিপাঝাৰৰ ট্ৰাক দুৰ্ঘটনাৰ ট্ৰাক চালকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/1pfZHRt
via IFTTT
Comments
Post a Comment